নিউজ ডেস্ক,১৪ মে’ঃ ঢকুৱাখনা ফাঁট বিহুৰ আজি অন্তিমটো দিন। সামৰণি অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লোকে লোকাৰণ্য মহখুলি চাপৰি। সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ। শান্তি,সম্প্ৰতি আৰু ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰিবলৈ উলিওৱা হয় এই শোভাযাত্ৰা।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *