নিউজ ডেস্ক,১২ মে’ঃ দেশ কঁপাই যোৱা ডাঃ ছৰিতা হত্যাকাণ্ডৰ ৰায়দান। জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হব চূড়ান্ত ৰায়দান। ২০১৪ চনৰ ৯ মে’ AMCH ত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ড। অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল ছৰিতাক।