নিউজ ডেস্ক,১৫ মে’ঃ চিকিৎসক দম্পতিৰ কু-কীৰ্তিৰ নতুন তথ্য। শিশু নিৰ্যাতনৰ গোচৰত বৰপেটাৰ পৰা আটক আন এগৰাকী মহিলা। বৰপেটাত নিশা অভিযান চলাই আটক কৰে মহিলা গৰাকীক। ধনৰ বিনিময়ত শিশু যোগান ধৰিছিল উৎপলা বসুৱে। দুই আশাকৰ্মীৰ স্বীকাৰোক্তিৰ ভিত্তিত আটক কৰে মহিলাগৰাকীক। উৎপলা বসুক গ্ৰেপ্তাৰৰ পিছতেই পোহৰলৈ আহিছে ন ন তথ্য।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *