নিউজ ডেস্ক,১০ মে’ ঃ মহানগৰীৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ পৰা জব্দ ৫৭ লাখ টকা। ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ টকাখিনি। ঝাৰখণ্ড বাসিন্দা ঋষিকেশ কুমাৰৰ হাতত হয় বেগটো । টকা সৰবৰাহকাৰী দুজনক ইতিমধ্যে আটক কৰে আৰক্ষীয়ে।