নিউজ ডেস্ক,১১ মে’ঃ পাকিস্তানত অভাৱনীয় পৰিৱেশ। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰৰ পাছৰে পৰা জ্বলিছে পাকিস্তানৰ কেইবাটাও অঞ্চল। বৰ্তমানেও ইছলামাবাদৰ পৰা লাহোৱাললৈ প্ৰতিবাদ। ইমৰাণ খানৰ সমৰ্থকে জ্বলাই দিছে বাহন। গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা ইমৰান খানৰ ঘনিষ্ঠ শ্বাহ মহন্মদ কুৰেশ্বীক। এতিয়ালৈ ৮ জন লোকৰ মৃত্যু আৰু ২৯০ জন লোক আহত হয়।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *