নিউজ ডেস্ক,১৫ মে’ঃ হাপুৰত মৃত্যু ৪০ টাকৈ বান্দৰৰ। উত্তৰ প্ৰদেশত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। উত্তৰ প্ৰদেশৰ হাপুৰত ৪০ টাকৈ মৃত অৱস্থাত উদ্ধাৰ বান্দৰ। হাপুৰৰ গড়মুখেশ্বৰ অঞ্চলৰ জোপোহাৰ মাজত মৃত অৱস্থাত উদ্ধাৰ হৈছে বান্দৰ কেইটা। কোনো লোকে খাদ্য সামগ্ৰীত বিষ সানি দিয়াৰ সন্দেহ স্থানীয় লোকৰ। এই সন্দৰ্ভত আৰক্ষী বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *